হাতীগড় চাহ বাগিচা।
হাতীগড় চাহ বাগিচা এখন সেউজীয়া পৃথিৱীৰ সেউজীয়া ৰঙ মঞ্চ। সেউজীয়া পাতেৰে গহীন-গম্ভীৰ হৈ পৰে প্রকাণ্ড গছবোৰ৷ তেল বিৰিঙি থকা যেন চিকমিকাই উঠা সেউজীয়া পাতে বতাহত হালি-জালি এক অনন্য সৌন্দর্য প্রদান কৰে৷
হাতীগড় চাহ বাগিছা হল অসমৰ আটাইতকৈ সেউজীয়া ৰঙৰ অঞ্চল লগতে বৃহৎ পৰিমাণৰ ওপৰত কল কাৰখানা তৈয়াৰ কৰা হৈছে । সকলোৰে বাবে গুৰুত্বপূৰ্ণ যে ইয়াত সকলো জন জাতিৰ লগত মিলিত সহকাৰে আজিও কাম কৰে পৰস্পৰ ভাতৃত আৰু বন্ধুত্ব।