Posts

Showing posts with the label Good Luck Wishes For Exam

BEST WISHES FOR EXAM 2023

Image
Best Wishes  হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ ছাত্র-ছাত্ৰীসকললৈ আন্তৰিক শুভকামনা জনালোঁ।  সকলো ধৰণৰ উদ্বিগ্নতা, উৎকণ্ঠা কাষৰীয়া কৰি কঠোৰ অনুশীলন আৰু আত্মবিশ্বাসকেই  মূলমন্ত্ৰ কৰি আগবাঢ়ি যোৱা ৷ তোমালোকৰ সফলতা কামনা কৰিলোঁ ৷ Good Luck Wishes For Exam