Hattigor Danda yatra2023
হাতীগড় চাহ বাগিছা ৰ (২,এপ্ৰিলৰ ) প্রথম দিন । জয় মাঁদণ্ড কালি 🚩🙏🌺Hattigorh Tea Estate Udalguri Assam #784524
হাতীগড় চাহ বাগিছা হল অসমৰ আটাইতকৈ সেউজীয়া ৰঙৰ অঞ্চল লগতে বৃহৎ পৰিমাণৰ ওপৰত কল কাৰখানা তৈয়াৰ কৰা হৈছে । সকলোৰে বাবে গুৰুত্বপূৰ্ণ যে ইয়াত সকলো জন জাতিৰ লগত মিলিত সহকাৰে আজিও কাম কৰে পৰস্পৰ ভাতৃত আৰু বন্ধুত্ব।