Posts

শ্ৰমিক দিৱসৰ শুভেছা 2020

Image
Happy International Worker's Day 1st MAY 2020

HATTIGOR TEA ESTATE

Image

নতুন বছৰ আৰু বহাগ বিহু উপলক্ষে সকলোলৈকে মোৰ আন্তৰিক শুভ কামনা, মৰম, আৰু জেষ্ঠ্য সকললৈ মোৰ সেৱা জনালো।সামাজিক দা‌য়বদ্ধতা অৱলম্বন কৰি সকলো নিৰাপদে থাকে যেন। শুভদিন আকৌ নিশ্চয় আহিব।

Image
BOHAG BIHU 2020
Image
HATTIGOR TEA ESTATE

Hattigorh tea estate

Image
Hattigorh garden

পবিত্ৰ তীৰ্থস্থান অৱস্থিত অসমৰ ওদালগুৰি জিলাৰ অন্তৰ্গত হাতীগড় চাহ বাগিচা ।

Image

হাতীগড় চাহ বাগিচা।

Image
হাতীগড় চাহ বাগিচা এখন সেউজীয়া পৃথিৱীৰ সেউজীয়া ৰঙ মঞ্চ। সেউজীয়া পাতেৰে গহীন-গম্ভীৰ হৈ পৰে প্রকাণ্ড গছবোৰ৷ তেল বিৰিঙি থকা যেন চিকমিকাই উঠা সেউজীয়া পাতে বতাহত হালি-জালি এক অনন্য সৌন্দর্য প্রদান কৰে৷