Posts

হনুমান জয়ন্তী উপলক্ষে সকলো ভক্তপ্ৰাণ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। ভগৱান মহাদেৱৰ আন এটা ৰূপ হনুমান। সেয়ে ভগৱান মহাকাল প্ৰভুক মাৰুতি নন্দন বজৰংবলী সংকট মুচক হনুমান বাবাৰ ৰূপত ভস্ম আৰতি কৰা হয়। যিটো বছৰত হনুমান জয়ন্তী উপলক্ষে এবাৰ কৰা হয়।সকলোৰে জীৱনলৈ হাতীগড় চাহ বাগিছা হনুমানৰ কৃপা দৃষ্টিৰ কামনা কৰিলোঁ।।জয় শ্ৰী ৰাম 🙏🚩🚩জয় হনুমান।🙏🚩🚩

Image
Hanuman jayanti2023 | @Debenkandham #Debenkandham

Hattigor Danda yatra2023

Image
হাতীগড় চাহ বাগিছা ৰ (২,এপ্ৰিলৰ ) প্রথম দিন । জয় মাঁদণ্ড কালি 🚩🙏🌺Hattigorh Tea Estate Udalguri Assam #784524

BEST WISHES FOR EXAM 2023

Image
Best Wishes  হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ ছাত্র-ছাত্ৰীসকললৈ আন্তৰিক শুভকামনা জনালোঁ।  সকলো ধৰণৰ উদ্বিগ্নতা, উৎকণ্ঠা কাষৰীয়া কৰি কঠোৰ অনুশীলন আৰু আত্মবিশ্বাসকেই  মূলমন্ত্ৰ কৰি আগবাঢ়ি যোৱা ৷ তোমালোকৰ সফলতা কামনা কৰিলোঁ ৷ Good Luck Wishes For Exam

HATTIGOR TEA ESTATE MAHA SHIVARATRI 2023

Image
HATTIGOR TEA ESTATE MAHA SHIVARATRI 2023

MAA DANDA KALI KAMONA GHAR HATTIGOR T.E.

Image
MAA DANDA KALI KAMONA GHAR HATTIGOR T.E. MAA DANDA KALI KAMONA GHAR HATTIGOR T.E.

কাতিৰ আলোকে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি শান্তিৰ বতৰা। কৃষিজীৱী ৰাইজৰ মন আশাৰ সোনগুটিৰে উপচি পৰক মোৰ ৰ ফালৰ পৰা জনালোঁ আপোনালৈ অলেখ শুভকামনা। Kati bihu2022

Image

আজি RSSৰ ৯৭সংখ্যক প্ৰতিষ্ঠা দিৱস। Rashtriya Swayamsevak Sangh (RSS) (RSS) Friends of RSS RSS FOUNDATION DAY

Image