HATTIGOR JAGANNATH RATH YATRA 2024

SRI SRI JAGANNATH RATH YATRA CELEBRATION (7th to 15th July 2024) vasudhaiva kutumbakam
৩৬ তম্ বার্ষিক

শ্রী শ্রী জগন্নাথ ৰথ যাত্রা উদযাপন 

স্থানঃ হাতীগড় চাহ বাগিছা (ভেলাকুটি) ওদালগুৰি বি.টি.আৰ. অসম

তাৰিখঃ ০৭ জুলাইৰ পৰা ১৫ জুলাই ২০২৪ লৈ (০৯ দিনৰ যাত্রা)

উক্ত ৰথ যাত্ৰা মহোৎসবলৈ সমূহ ৰাইজৰ আন্তৰিক সহায়-সহযোগিতা ও উপস্থিতি বিনম্র ভাবে কামনা কৰা হল।

ভগৱান জগন্নাথৰ কথাৰে-

প্ৰতি বছৰৰ বাবে-ভগৱান 
জগন্নাথ ৰোগীয়া হৈ যায়।এয়াক লৈ বহু পৌৰাণিক কথা প্ৰচলিত হৈ আছে।এক মান্যতা এয়া যে-জেঠ মাহৰ পূৰ্ণিমা তিথি দিনা ভগৱান জগন্নাথ,ভগ্নী সুভদ্ৰা আৰু জেষ্ঠ ভাতৃ বলোভদ্ৰক গৰ্ভ গৃহৰ পৰা বাহিৰলৈ অনা হয় আৰু তেওঁলোকক সহস্ত্ৰ স্নান কৰোৱা হয়।স্নান কৰাৰ পাছত ভগৱান জগন্নাথ ৰোগীয়া হৈ যায় আৰু তেওঁৰ জ্বৰ উঠে।যাৰ বাবে-ভগৱান জগন্নাথ ১৫দিনৰ বাবে-শয়ন কক্ষতে নিদ্ৰা মুদ্ৰাতে থাকে।এই সময়ত ভগৱান জগন্নাথৰ বিশেষ ধ্যান ৰখা হয়।ভগৱান জগন্নাথক বহু ধৰণৰ ঔষধ দিয়া হয়।আৰু খিচিৰি আদিৰ ভোগ লগোৱা হয়।ভগৱান জগন্নাথে ১৫দিনলৈ কেৱল কাঢ়া আৰু ফলৰ ৰস সেৱন কৰে।শোৱাৰ আগে মিঠা গাখীৰ অৰ্পণ কৰা হয় আৰু সম্পূৰ্ণ ১৫দিনলৈ ভগৱান জগন্নাথক শীতল লেপ লগোৱা হয়।এই সময়ত মন্দিৰত ঘন্টি বজোৱা নহয় আৰু ভক্তসকলে ভগৱান জগন্নাথৰ দৰ্শন কৰিবলৈ অনুমতি নাপায়।আহাৰ মাহৰ শুক্ল পক্ষৰ দ্বিতীয় তিথি দিনা ভগৱান জগন্নাথ নিজৰ বিশ্ৰাম কক্ষৰ পৰা বাহিৰলৈ আহে আৰু এই দিনা ভব্য ৰথ যাত্ৰা ওলোৱা হয়।

Jagannath Rath Yatra Ludhiana JAGANNATHA MAHIMA ( ଜଗନ୍ନାଥ ମହିମା ) Jagannath Temple, Puri Hattigor Udalguri Assam হাতীগড় চাহ বাগিছা Hattigorh Tea Estate 

#VasudhaivaKutumbakam #hattigorteaestate #PuriRathYatra #jagannathpuri #jagannathtemple #jagannathswami #JagannathDham #jagannath #BHELAKUTI_HATTIGOR_TE
📲https://www.instagram.com

Comments

Popular posts from this blog

SHRAVAN MAHINA PUNYATITHI SUBH MUHURAT BABA BHOLENATH KI KRIPA AAP SABHI SANATAN DHARM DESH BASI KO HARDIK SHUBHKAMNAYE