"শিক্ষক দিৱস উপলক্ষে একলম" গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰমব্ৰক্ষ্ম তস্মৈশ্ৰী গুৰুৱে নম: ৷৷ ব্ৰক্ষ্মা,বিষ্ণু,মহেশ্বৰৰ ৰূপত চিৰকাল সমভাৱে অলংকৃত হৈ আহিছে দেশৰ ভৱিষ্যত সকলৰ জীৱন দ্ৰষ্টা আৰু গঢ়োতা শিক্ষাগুৰু সকল। শিক্ষকৰ জ্ঞান অমৃত সমৃদ্ধ মহাবাণী আৰু মহান আদৰ্শৰে মহীয়ান হয় একো একোখন দেশৰ ভৱিষ্যত। প্ৰকৃত শিক্ষক ত্যাগ আৰু জ্ঞানৰ প্ৰতিমূৰ্তি স্বৰূপ। সেয়েহে শিক্ষক যুগে যুগে বন্দিত আৰু সমাদৃত। আজি শিক্ষক দিৱসৰ মধুৰ ক্ষণত, "হে শিক্ষাগুৰু" আপোনালোকৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ তথা সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আপোনালোকে প্ৰজ্ঞাৰ বীজ যুগে যুগে সিঁচি যাওঁক আৰু সেই প্ৰজ্ঞাৰ বীজৰ পৰা প্ৰস্ফুটিত হওঁক মূল্যবোধ, অহিংসা, শান্তি -সম্প্ৰীতি, একতা ইত্যাদিৰে সম্বৃদ্ধ সমাজ, জাতি আৰু দেশ।Read more at: https://debenkandh.blogspot.com

"শিক্ষক দিৱস উপলক্ষে একলম" গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰমব্ৰক্ষ্ম তস্মৈশ্ৰী গুৰুৱে নম: ৷৷ ব্ৰক্ষ্মা,বিষ্ণু,মহেশ্বৰৰ ৰূপত চিৰকাল সমভাৱে অলংকৃত হৈ আহিছে দেশৰ ভৱিষ্যত সকলৰ জীৱন দ্ৰষ্টা আৰু গঢ়োতা শিক্ষাগুৰু সকল। শিক্ষকৰ জ্ঞান অমৃত সমৃদ্ধ মহাবাণী আৰু মহান আদৰ্শৰে মহীয়ান হয় একো একোখন দেশৰ ভৱিষ্যত। প্ৰকৃত শিক্ষক ত্যাগ আৰু জ্ঞানৰ প্ৰতিমূৰ্তি স্বৰূপ। সেয়েহে শিক্ষক যুগে যুগে বন্দিত আৰু সমাদৃত। আজি শিক্ষক দিৱসৰ মধুৰ ক্ষণত, "হে শিক্ষাগুৰু" আপোনালোকৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ তথা সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আপোনালোকে প্ৰজ্ঞাৰ বীজ যুগে যুগে সিঁচি যাওঁক আৰু সেই প্ৰজ্ঞাৰ বীজৰ পৰা প্ৰস্ফুটিত হওঁক মূল্যবোধ, অহিংসা, শান্তি -সম্প্ৰীতি, একতা ইত্যাদিৰে সম্বৃদ্ধ সমাজ, জাতি আৰু দেশ।

Comments

Popular posts from this blog

HATTIGOR JAGANNATH RATH YATRA 2024

SHRAVAN MAHINA PUNYATITHI SUBH MUHURAT BABA BHOLENATH KI KRIPA AAP SABHI SANATAN DHARM DESH BASI KO HARDIK SHUBHKAMNAYE